নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কাতি বিহু : আউনীআটী সত্ৰত প্ৰজ্বলিত হ’ব ২১ যোৰা আকাশ বন্তি

কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব অসমীয়াৰ বাপতিসাহোন কাতি বিহু । মাজুলীতো কাতি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি কাইলৈ প্ৰজ্বলন কৰিব আকাশ বন্তি। ঐতিহাসিক আউনীআটী…

কেৰালাৰ বেংকৰ ২৭ কোটি টকা হৰলুকী : লাহৰীঘাটত ধৃত কুখ্যাত চাইবাৰ অপৰাধী

চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিচিত মৰিগাঁও জিলাৰ লাহৰীঘাটত কেৰালা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত চাইবাৰ অপৰাধী। কেৰালাৰ ফেডাৰেল বেংকৰ পৰা অসৎ উপায়েৰে লাহৰীঘাটৰ চাইবাৰ অপৰাধীয়ে হৰলুকী কৰিছিল বহু পৰিমাণৰ ধন। ফেডাৰেল বেংকৰ গোচৰৰ ভিত্তিত…

কলেজীয়া ছাত্ৰীক হ/ত্যাত অভিযুক্ত নুৰুল ইছলামক গ্ৰেপ্তাৰ

কামৰূপৰ জিলাৰ ছমৰীয়াৰ চৌধুৰীপাম গাঁৱত ১৫ অক্টোবৰৰ দুপৰীয়া ভাগত কলেজীয়া ছাত্ৰী খাইৰুণ নেছা নামৰ যুৱতীগৰাকী ঘাতকৰ হাতত হত্যাৰ বলি হ'ব লগা হৈছিল। তাৰ পিছৰে পৰাই ছয়গাঁও আৰক্ষী তৎপৰ হৈ পৰিছিল আৰু হত্যাকাৰীক বিচাৰি চলাইছিল তীব্ৰ অভিযান।…

জুবিনৰ ৰহস্যজনক মৃত্যু : ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত তদন্ত আয়োগ গঠন

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাৰ ক্ষিপ্ৰ আৰু স্বচ্ছ ন্যায়ৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তথ্য প্রদান কৰিব পাৰিব আয়োগত। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু…

কাকপথাৰৰ ঘটনাৰ দায়িত্ব স্বীকাৰ সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ

কাকপথাৰত সেনা শিবিৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিলে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)-এ। উল্লেখ্য যে যোৱানিশা প্রায় ১২.৩০ বজাত কাকপথাৰৰ সেনা শিবিৰত সংঘটিত হয় এক ভয়ংকৰ আক্রমণ। সেনা শিবিৰলৈ লক্ষ্য কৰি ৩টা UBGL নিক্ষেপ…

বিশিষ্ট নাট্যকাৰ, অভিনেতা হেমেন শৰ্মাৰ বিয়োগ

বাক্সা জিলাৰ নতুন বৰলা গাঁও নিৱাসী বিশিষ্ট নাট্যকাৰ, অভিনেতা হেমেন শৰ্মাৰ কালি (১৬ অক্টোবৰ) সন্ধিয়া প্ৰায় ৭.১৫ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়। ১৯৩৮ চনত জন্মগ্ৰহণ কৰা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স…

বেইজিঙত ৩০ খ্রীষ্টান নেতাক গ্রেপ্তাৰ জিনপিং চৰকাৰৰ

🔹 উইঘুৰ মুছলিমৰ পাছত এইবাৰ খ্রীষ্টান ধর্মাৱলম্বীৰ ওপৰত দমন আৰম্ভ চীনৰ নিউজ ডেস্ক, ১৭ অক্টোবৰ : উইঘুৰ মুছলিমৰ ওপৰত কঠোৰ দমন গ্রহণৰ বাবে চীন বিশ্বজুৰি নিন্দিত হৈ থকাৰ সময়তে এইবাৰ খ্রীষ্টানৰ ওপৰত আগ্রাসন আৰম্ভ কৰিছে৷ উইঘুৰৰ মুছলিমক অকথ্য…

ধুবুৰীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ পৰা উদ্ধাৰ ৫টাকৈ ম’হ

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা অহা এখন ট্ৰাকৰ পৰা ৫টাকৈ ম'হ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা  গৌৰীপুৰৰ মাজেৰে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ এটা দলে অভিযান চলাই এ…

ছমৰীয়াৰ জাওকাটাৰ কলহী নৈত পৰম্পৰাগত নাও খেলৰ সফল সামৰণি, প্ৰথম বিজয়ী ৰাজমাতা

কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটাদিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ভিত্তিত নাওখেল প্ৰতিযোগিতাৰ কালি সন্ধিয়া সফল সামৰণি পৰে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ…

শিমলীতোলা কামাৰপোতাত কিশোৰ ছাত্ৰ সন্ধানহীন, চাঞ্চল্য

গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অধীনস্থ কামাৰপোতা গাঁৱৰ এটা দুখীয়া শ্ৰমিক পৰিয়ালত বিৰাজ কৰিছে শোক আৰু চাঞ্চল্য | বৃহস্পতিবাৰে পুৱাতেই ইউনিফৰ্ম পিন্ধি স্কুললৈ গৈ এই মুহুৰ্তলৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ফুলচান্দ আলী (১৫) নামৰ কিশোৰ…