ধুবুৰীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ পৰা উদ্ধাৰ ৫টাকৈ ম’হ
ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা অহা এখন ট্ৰাকৰ পৰা ৫টাকৈ ম'হ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা গৌৰীপুৰৰ মাজেৰে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ এটা দলে অভিযান চলাই এ…