নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি আই ডি কাৰ্যালয়ত হাজিৰ তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ

ডিজিটেল ডেস্ক, ১৪ অক্টোবৰ : অৱশেষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগ কৰিবলৈ CID কাৰ্যালয়ত হাজিৰ হ'ল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ। জুবিনৰ মৃত্যুৰ সময়ত শেষ মুহূৰ্তত য়ট পাৰ্টীত উপস্থিত…

বিটিচি চৰকাৰৰ EMক দায়িত্ব অৰ্পণ CEM হাগ্ৰামা মহিলাৰী-ৰ

চমকপ্ৰদ বিজয়েৰে বিটিচি শাসনৰ বাঘজৰী হাতত ললে হাগ্ৰামা মহিলাৰীয়ে। বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত ১২ পাৰিষদে বিটিচি ইএম হিচাপে শপত লয়। শপত লোৱাৰ পিছতে বিটিচি চৰকাৰৰ ইএমসকলক দায়িত্বও অৰ্পণ কৰা হয়। সেই অনুসৰি- BTCপ্রধান হাগ্রামা…

জুবিনৰ মেনেজাৰ সিদ্ধার্থৰ পানীৰ ফেক্টৰী মহাবীৰ একুৱা ছীল

🔹 বকোৰ চাটাবাৰীত এছআইটিৰ অভিযান ডিজিটেল ডেস্ক, ১৪ অক্টোবৰ : অসমীয়াৰ আৱেগ জুবিন গার্গক ব্যৱহাৰ কৰি সোঁৱে–বাঁৱে কেৱল মাথোঁ ধন ঘটা মেনেজাৰ সিদ্ধার্থ শর্মা মালিকানাধীন বকোৰ চাটাবাৰীৰ মহাবীৰ একুৱাফেনা নামৰ খোৱাপানীৰ ফেক্টৰীটোত এছআইটিয়ে অভিযান…

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামী বগাক গ্ৰেপ্তাৰ

ছিপাঝাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ দীপাংকৰ ডেকা ওৰফে বগাই আৰক্ষী বাহনৰ পৰাই পলায়ন কৰিছিল ফলত থানাখনৰ আৰক্ষীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। পিছত পুনৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আটক কৰে আচামী…

‘মোদী মোৰ বন্ধু’ : পাক প্ৰধানমন্ত্ৰী শ্বাহবাজৰ সন্মুখতে ট্ৰাম্পৰ মুখত মোদীৰ প্ৰশংসা!

নিউজ ডেস্ক, ১৪ অক্টোবৰ : পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সন্মুখতে ট্ৰাম্পৰ মুখত মোদীৰ প্ৰশংসা! শুল্কযুদ্ধ অতিক্ৰমি ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক কিছু স্বাভাৱিক হৈছে। সেই কাৰণে গাজাৰ শান্তি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক…

নাবালিকাক ধ*ৰ্ষণ : ৰাজদীপক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

নাবালিকা ধৰ্ষণৰ অপৰাধত ধৰ্ষণকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। শাস্তিপ্ৰাপ্ত ধৰ্ষণকাৰীৰ নাম ৰাজদীপ দাস বৰভূঞা। ৰাজদীপৰ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধৰ মধুৰাত। উল্লেখ্য যে ২০২৪ চনৰ ১১ অক্টবোৰ অৰ্থ্যৎ…

ডবকাতো বৃহৎ উচ্ছেদ অভিযান, জাননী লাভ কৰি বেদখলকাৰীৰ হাহাকাৰ

এইবাৰ ডবকাত হ'ব বৃহৎ উচ্ছেদ। বন বিভাগৰ জাননীৰ পাছত হাহাকাৰ ডবকাৰ যমুনা-মৌডংঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে চলিব অভিযান বন বিভাগৰ ভূমিত ঘৰ-বাৰী নিৰ্মাণ কৰা ১২৫৮টা পৰিয়ালক কৰিব উচ্ছেদ ইতিমধ্যে ১৫ দিনৰ সময়সীমা…

ছিপাঝাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ২৫০ বিঘা ভূমি বেদখলমুক্তৰ লক্ষ্য!

আজি ছিপাঝাৰৰ ধলপুৰত চলিব সাজু দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান গৰুখুটি কৃষি প্ৰকল্পৰ দাঁতিকাষৰীয়া ১৬৭টা পৰিয়ালক চৰকাৰী ভূমি খালী কৰিবলৈ প্ৰশাসনে দিছিল চূড়ান্ত সীমা পূৰ্বে মৌখিকভাবে দিয়া নিৰ্দেশ মনা নাছিল বেদখলকাৰীয়ে কিন্তু ১৬…

সেহৱাগৰ পত্নীৰে প্রেম ব’ৰ্ডৰ নতুন সভাপতিৰ ! কার্যভাৰ গ্রহণ কৰি বিতর্কত মিঠুন মানহাছ

নিউজ ডেস্ক, ১৪ অক্টোবৰ : সম্প্রতি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছে মিঠুন মানহাছে৷ বিশেষ এটা পৰিচিত নাম নহয় যদিও দিল্লীৰ এইগৰাকী প্রাক্তন ক্রিকেটাৰে দীর্ঘদিন ধৰি ক্রিকেটৰ গুৰুত্বপূর্ণ বিষয়া হিচাপে…

তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা পৰিয়ালসহ দুসপ্তাহে সন্ধানহীন

পত্নী-পুত্ৰসহ প্ৰায় দুসপ্তাহে সন্ধানহীন হৈ আছে তেজপুৰৰ এজন জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা৷ মাজগাঁও খৰাআটি শালিকীটিকা নিবাসী সাংবাদিক শৰ্মা ২৯ ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকাৰ বাতৰি পোহৰলৈ আহিছে৷ সাংবাদিক শৰ্মাৰ লগতে পত্নী…