অসম পশু চিকিৎসা মীন বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য হিচাপে ড০ নিৰঞ্জন কলিতাক নিযুক্তি
অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পশু চিকিৎসা আৰু মীন খণ্ডৰ অধিক উত্তৰণৰ লগতে উন্নয়নমুখী গৱেষণা, পৰিসৰ বৃদ্ধি তথা ঔদ্যোগিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে স্বতন্ত্রভাৱে স্থাপন কৰা অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্রথমগৰাকী উপাচার্যক আনুষ্ঠানিকভাৱে…