জুবিনৰ মৃত্যু তদন্ত : ৫ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক।
উল্লেখ্য যে হাতত হেণ্ডকাফ লগাই CJM আদালতলৈ লৈ অনা হ'ল শ্যামকানু-সিদ্ধাৰ্থক,সন্দীপন। লগতে আছে…