নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেড ছাৰৰ চকু গাঁৱৰ জীয়ৰী-বোৱাৰীৰ ওপৰত, শান্তি আৰু ন্যায় বিচাৰি ভুক্তভোগীৰ এজাহাৰ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ অক্টোবৰ : পোহৰলৈ আহিছে শিক্ষকৰ জঘন্য কাণ্ড। শান্তিত থাকিব নোৱাৰা হৈছে গাঁৱৰ বোৱাৰীসকল | লম্পট শিক্ষকৰ ভয়ত এতিয়া শংকিত গঞা, নিশা হ’লেই গাঁওবাসীয়ে দিয়ে পহৰা | কামৰূপৰ ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ নগৰবেৰাৰ ২নং…

নৱমীৰ নিশা দুৰ্ঘটনাত নিহত ভগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰ

বিশেষ বাৰ্তা, টীয়ক, ২ অক্টোবৰ : দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে নৱমীৰ নিশা ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত মৰিজাঁজী দগাঁও সমীপত এক পথ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হয়। নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত…

শ্যামকানু-সিদ্ধাৰ্থক জেৰাৰ পিছতে জুবিনৰ মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন চি আই ডিৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত ক্ষিপ্ৰ গতিত আগবঢ়াইছে এছ আই টিয়ে। ইয়াৰ মাজতে কালি সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছত চলোৱা জেৰাৰ পিছত ইতিমধ্যে চি আই ডিত…

শুৱালকুছিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ : গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনে মুহিলে…

বিশেষ বাৰ্তা, শুৱালকুছি, ২ অক্টোবৰ : শুৱালকুছিত আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মোৎসৱ ৷ অসমীয়া প্ৰাণ প্ৰতিষ্ঠা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ…

পূজা চাবলৈ গৈ পথ দুৰ্ঘটনাত পতিত বৃদ্ধাসহ জী-জোঁৱাই

নিয়মীয়া বাৰ্তা, কুকুৰমাৰা, ২ অক্টোবৰ : দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভাগৱতীপাৰাৰ জিঅ'  পেট্ৰল পাম্পৰ সন্মুখত দুৰ্গাপূজাৰ নৱমীৰ দিনা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত আহত হয়…

আজি বিজয়া দশমী… অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় জনাব ভক্তই

বিশেষ বাৰ্তা, ২ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানত সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ থকাৰ মাজতে শাৰদীয় দুৰ্গোৎসৱ পাৰ হৈ গ'ল। এইবাৰ ৰাজ্যবাসীয়ে যেন বেদনাগধুৰ অন্তৰ লৈ দেৱী দুৰ্গাৰ আশিস লোৱা দেখা গ'ল। সকলোৱে পূজা মণ্ডপলৈ গৈ দেৱী…

চি আই ডিৰ লকআপত এটা নিশা কটালে শ্যামকানু-সিদ্ধাৰ্থই

🔹  ওৰে নিশা পৃথকে পৃথকে জেৰা শ্যামকানু-সিদ্ধাৰ্থক বিশেষ বাৰ্তা, ২ অক্টোবৰ : প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এটা নিশা কটালে চিআইডিৰ লকআপত। কালি দুয়োজনকে…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২ অক্টোম্বৰ, বৃহস্পতিবাৰ মেষ : মানসিক অস্থিৰতা দূৰ হ’ব৷ তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব৷ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ যান–বাহন কিনাৰ বাবে চেষ্টা কৰিব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷ বৃষ : ব্যৱসায়ত উন্নতি লাভৰ…

অৱশেষত উদ্ধাৰ হ’ল জুবিন গাৰ্গৰ মোবাইল ফোন 

বিশেষ বাৰ্তা, ১ অক্টোবৰ : অৱশেষত উদ্ধাৰ হ'ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মোবাইল ফোন। বিগত ১২ দিনে এই মোবাইল ফোনটো মেনেজাৰ সিদ্ধাৰ্ত শৰ্মাৰ লগত আছিল। আজি সিদ্ধাৰ্থ শৰ্মা আৰক্ষীৰ জালত পৰাৰ লগে লগে জুবিনৰ ফোনটোও উদ্ধাৰ কৰে আৰক্ষীয়ে।…

গ্ৰেপ্তাৰৰ পিছতে গুৱাহাটীলৈ শ্যামকানু-সিদ্ধাৰ্থ : ১৪ দিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ১ অক্টোবৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ মৃত্যু ঘটনাৰে নাম সাঙোৰ খোৱা সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্তক দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মেনেজাৰ…