নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ দখললৈ বিটিচি? বিজেপি-বিপিএফ-ইউপিপিএলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা

🔹 বিটিচি নিৰ্বাচন ফলাফল ২০২৫ বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : আজি পুৱা ৮ বজাৰ পৰা বড়োলেণ্ড টেৰিট'ৰিয়েল কাউঞ্চিল (BTC)ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ভোটগণনাৰ আৰম্ভণিতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)-এ শাসকীয় দল…

শ্যামকানু-সিদ্ধাৰ্থহঁতৰ হৈ ওকালতি নকৰে অসমৰ অধিবক্তাই !

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনাৰে নাম সাঙোৰ খাই পৰাসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে সদৌ অসম উকীল সন্থাই। ১৯ ছেপ্টেম্বৰৰ হৃদয়বিদাৰক ঘটনাৰ পিছৰে পৰা শ্যামকানু,…

গোৱালপাৰাৰ মাটিয়াত ছুৰিকাঘাতত এজনৰ প্ৰাণহানি : হত্যাত অভিযুক্তৰ ঘৰত অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা, টিপলাই, ২৫ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাকাইটাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা। প্ৰাপ্ত তথ্য মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত মাটিয়া বামুণপাৰাৰ খবিৰুল ইছলাম আৰু বাকাইটাৰীৰ…

পাৱাৰগ্রিডত ৯০০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৬ অক্টোবৰ পাৱাৰগ্রিড কর্প’ৰেচন অৱ লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মহন্তই যুৱতীলৈ অশ্লীল ফটো-ভিডিঅ’ প্রেৰণৰ স্ক্রীনশ্বট ভাইৰেল

🔹 সংস্কৃতিৰ দালালৰ অকথিত কু–কর্ম পোহৰলৈ বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বৈচিত্র্যপূর্ণ সংস্কৃতিক জগত সভালৈ নিয়াৰ আভুৱা–ভাঁৰি চৰকাৰ তথা বিভিন্ন প্রতিষ্ঠানৰ পৰা ব্যাপক হাৰত ধন সংগ্রহেৰে নিজৰ জেপ গধুৰ কৰা মহন্ত…

বিটিচি নিৰ্বাচনৰ ফলাফল ২০২৫ : পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ, আৰম্ভণিতে বিপিএফৰ বৃহৎ অগ্ৰগতি

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : আজি পুৱা ৮ বজাৰ পৰা বড়োলেণ্ড টেৰিট'ৰিয়েল কাউঞ্চিল (BTC)ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ভোটগণনাৰ আৰম্ভণিতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)-এ শাসকীয় দল ইউপিপিএল-বিজেপি জোঁটবন্ধনতকৈ…

২০,০০০ টকীয়া গাৰুৰে নিদ্রা বিলাসিতা উপাচার্যৰ, তেজপুৰ বিশ্ববিঃত প্রতিবাদ অব্যাহত

উপাচার্যৰ পদত্যাগৰ দাবীত উত্তাল হৈ আছে তেজপুৰ বিশ্ববিদ্যালয়৷ শিক্ষার্থীসকলৰ প্রবল প্রতিবাদৰ পিছত আগতীয়াকৈ পূজাৰ বন্ধ ঘোষণা কৰি প্রতিবাদ স্তিমিত কৰাৰ প্রয়াস কৰা হৈছিল যদিও শিক্ষার্থীসকলে একনায়কত্ববাদী শাসন চলোৱা উপাচার্য শম্ভুনাথ সিং,…

আমেৰিকাত প্ৰদৰ্শন হব গৌৰৱ বৰুৱাৰ চুটি ছবি দ্যা পাছিং ক্লাউডছ

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা অতি ‌ভাল খবৰ। লখিমপুৰৰ মৈদমীয়া নিবাসী গৌৰব বৰুৱাৰ পৰিচালিত ,ʼThe Passing Clouds' নামৰ অসমীয়া চুটি ছবিখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনস্থিত Seattle আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ, "20th Tasveer Film…

এছিয়া কাপৰ ছুপাৰ ফ’ৰত আজি ভাৰত–শ্রীলংকা

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : ইতিমধ্যে চলিত এছিয়া কাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰা টীম ইণ্ডিয়াই আজি ছুপাৰ ফ’ৰৰ অন্তিমখন মেচত শ্রীলংকাৰে মুখামুখি হ’ব৷ অৱশ্যে আজিৰ মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয়৷ কাৰণ ছুপাৰ ফ’ৰৰ প্রথম দুখন মেচত…

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰি উলিয়ালে বলুকা ভাস্কর্য আকাশে 

অসম আৰু অসমীয়া জাতীয় জীৱনৰ হিয়া আমঠু জুবিন গাৰ্গ আকস্মিক বিয়োগক যেন কোনেও আজিও মানি লব পৰা নাই। মৰমৰ শিল্পী জনৰ প্ৰতি ডিব্ৰুগড় জিলাত আজিও বিভিন্ন মাধ্যমেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ডিব্ৰুগড়ৰ মাইজান বৰশইকীয়া গাওঁ ব্ৰহ্মপুত্ৰৰ বালি…