প্রিয় চহৰ যোৰহাটৰ পুৰণা ঘৰখনৰ মোহ এৰিব পৰা নাছিল জুবিনে
🔹 ঘৰলৈ গ’লেই মাকে ৰোৱা পাইনজোপাক ধৰিছিল সাবটি
বিশেষ বার্তা, যোৰহাট, ২০ ছেপ্টেম্বৰ : যেতিয়াই জুবিন আহিছিল তেতিয়াই বঙালপুখুৰীৰ তেওঁলোকৰ ঘৰটোলৈ আহিছিল৷ আৰু আহিয়েই জুবিনৰ মাকে ৰুই যোৱা পাইন গছজোপাক এবাৰ সাবটি ধৰি চাই যায়৷ সেই কথা জানিবলৈ দিয়ে…