চৰম পথ ল’বলৈ চেষ্টা কৰা স্বামীক উদ্ধাৰ কৰিবলৈ গৈ পত্নীৰ মৃত্যু
বিশেষ বাৰ্তা, সোণাৰি, ১৮ ছেপ্টেম্বৰ : সোণাৰি নগৰৰ সমীপৱৰ্তী তথা চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুক গাঁৱৰ এগৰাকী নৱবিবাহিত মহিলাৰ কৰুণ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্রাপ্ত তথ্য অনুসৰি, গাঁওখনৰ জিন্টু মাহালী নামৰ যুৱকজনে ছমাহ পূর্বে…