নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰযুক্তি নগৰী বেংগালুৰুত দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী পালন

প্ৰযুক্তি নগৰী বেংগালুৰুত বিভিন্ন কৰ্ম সূত্ৰে থকা বৃহৎ অসমীয়া সমাজ একত্ৰিত হৈ গঢ়ি তোলা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ নামঘৰত কালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰে। প্ৰায় তিনি শতাধিক লোকৰ সমাগম হোৱা…

৫ বাংলাদেশী ছাত্রক নিলম্বন-বিতাড়নৰ নিৰ্দেশ শিলচৰ NIT কৰ্তৃপক্ষৰ

শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকন'লজি (NIT)ৰ চৌহদৰ ভিতৰত ছাত্ৰ কলৰ দুটা ফৈদৰ মাজত সংঘৰ্ষৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হোষ্টেলৰ ভিতৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিৰ ফলত ৫জন বাংলাদেশী ছাত্র ক্রমে শ্বাহৰিয়াৰ আহমেদ আকাশ, শিমন্তৰ ঘোষ,…

জীৱনত ৩৯বাৰকৈ তেজ দিয়া বিপদৰ বন্ধু ৰাজু দাসৰ দেহাৱসান

জীৱনত ৩৯বাৰকৈ তেজ দিয়া "বিপদৰ বন্ধু" বোকাখাত ৰজাবাৰীৰ নিবাসী ৰাজু দাসৰ মৃত্যু ঘটিছে। কাৰোবাৰ বিপদ বুলিলেই তৎক্ষণাত কাষত থিয় হোৱা, দুৰ্ঘটনা হ'লেই আহতৰ কাষত সাহস হৈ থিয় হোৱা আৰ্ত জনৰ সাহস ৰাজু দাসে চৰকাৰ বা কোনো লোকৰ শেষ মুহূৰ্তত বিশেষ সহায়…

ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ‍্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ‍্যুৎষ্পৃষ্ট হৈ অকাল মৃত্যু হয় এজন শ্ৰমিকৰ। মৃত্যু হোৱা শ্ৰমিকজন লাহোৱালৰ হেজেল বেংক চাহ বাগিচাৰ মুড়া লাইনৰ বিকি দাস বুলি জানিবলৈ দিয়ে। মোহনবাৰী বায়ুসেনাত দীনেশ গগৈ এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী…

মৰিগাঁও জিলা কাৰাগাৰত কয়দীৰ মৃত্যু, আছিল POCSO গোচৰত অভিযুক্ত

মৰিগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ এজন অভিযুক্তৰ মৃত্যু হৈছে। POCSO গোচৰত অভিযুক্ত ছফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰ নগাঁও জিলাৰ গৰৈমাৰীত। পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি নিশা প্ৰায় ২ বাজি ৫৫ মিনিটত মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষই দেউতাকলৈ ফোন কৰি…

জখলাবন্ধাত পুখুৰীত সোমাল বাহন, আৰোহী হিচাপে আছিল দুই যুৱতীসহ এক যুৱক

জখলাবন্ধাত নিশা প্ৰায় ১১ বজাত তীব্ৰবেগী বিলাসী বাহন সোমাল পুখুৰীত। ঘটনাটো সংঘটিত  জখলাবন্ধা-শিলঘাট সংযোগী পথৰ মিৰিভেটিত। AS 02 FG 4454 নম্বৰৰ বাহনখনত দুই যুৱতীসহ এজন যুৱকে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ৩০ ফুট আঁতৰত…

বিটিচিত এইবাৰ বিপিএফৰ চৰকাৰ, খৈৰাবাৰীত বিপিএফৰ নিৰ্বাচনী হাগ্ৰামা মহিলাৰীৰ

৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বি পি এফে। এক বিশাল জন সমাবেশেৰে খৈৰাবাৰীত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিলে বি পি এফে। পৰিষদীয় সমষ্টিটোৰ দলীয় প্ৰাৰ্থী লৌমশ্ৰাও দৈমাৰীৰ হৈ আজি হেলিকপ্টাৰেৰে আহি খৈৰাবাৰীত…

এছিয়া কাপ বর্জনৰ হুংকাৰ পাক ক্রিকেট দলৰ

এছিয়া কাপ বর্জন কৰাৰ হুংকাৰ দিছে পাকিস্তান ক্রিকেট দলে৷ মেচ ৰেফাৰী এণ্ডী পাইক্রফটক বহিষ্কাৰ নকৰিলে সংযুক্ত আৰব আমিৰশ্বাহীৰ বিপক্ষে খেলিবলগীয়া প্রতিযোগিতাখনৰ পৰৱর্তী মেচখন বর্জন কৰাৰ হুংকাৰ দিছে পাক দলটোৱে৷ মন কৰিবলগীয়া যে দুয়ো দেশৰ মাজত…

চেম্পিয়ন হ’লে নাকভিৰ পৰা ট্রফী গ্রহণ নকৰে টীম ইণ্ডিয়াই, পাকিস্তানক ভাবুকি ভাৰতৰ

কৰমর্দন বিতর্কক লৈ পাকিস্তানে তিনিটা কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছত ওলোটাই ভাবুকি দিছে টীম ইণ্ডিয়াই৷ যদি এছিয়া কাপত ভাৰত চেম্পিয়ন হয়, তেতিয়াহ’লে এছিয়ান ক্রিকেট কাউঞ্চিলৰ সভাপতি তথা পাকিস্তান ক্রিকেট ব’ডৰ অধ্যক্ষ মহছিন নাকভিৰ পৰা ট্রফী গ্রহণ…

সম্পাদকীয় : জেন জেডৰ বিদ্রোহ

সামাজিক ন্যায় প্রতিষ্ঠান আৰু যুৱপ্রজন্মৰ প্রত্যাশা পূৰণ অবিহনে ক্ষমতা দখলৰ যুঁজখন কিমান ভয়াৱহ হ’ব পাৰে সেয়া পুনৰ প্রমাণ হ’ল নেপালত৷ নেপালৰ শেহতীয়া হিংসাত্মক বিদ্রোহৰ বাবে জেন জেডক জগৰীয়া কৰা হৈছে৷ ১৯৯৭ৰ পৰা ২০১২ৰ ভিতৰত জন্মগ্রহণ কৰা…