আজিৰ দিনটোৰ ৰাশিফল
আজি ১১ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৫ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং…