নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ নৈৰ দুয়োকাষে অবাধ বেদখল, প্রহসন জলাশয় বেদখলমুক্তৰ ঘোষণা

কৃত্রিম বান নিয়ন্ত্রণৰ লগত গুৱাহাটী মহানগৰী সৌন্দর্যবর্ধন আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰীৰ জলাশয়সমূহ বেদখলমুক্ত কৰাৰ প্রচেষ্টা সম্প্রতি প্রহসনত পৰিণত হৈছে৷ প্রশাসনৰ চকুৰ সন্মুখতে অবৈধ…

VVIP সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

মেঘালয়ত ভিভিআইপি সংস্কৃতি নিৰ্মূলৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে জৱাবদিহিতা আৰু আইনৰ শাসন পুনৰ্স্থাপনৰ বাবে কঠোৰ নিয়ম প্ৰয়োগ কৰিবলৈ স্থিৰ কৰিছে। মঙলবাৰে গৃহ (আৰক্ষী) বিভাগৰ দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছংয়ে…

শুভ্ৰ আঁচল উৰুৱাই ফুলিছে কঁহুৱা… ঢকুৱাখনাৰ চাৰিওফালে কঁহুৱাৰ লয়লাস নাচোন

এয়া যেন শৰতৰ আগমনৰ সময়। দুৱৰি দলিচাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে শৰৎ আগমনৰ সুবাস। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে নৈৰ পাৰৰ কঁহুৱা। প্ৰকৃতিক সুন্দৰ ৰূপত সজাই তুলিবলৈকে যেন আকৌ আহিছে শৰত। নীলা আকাশৰ তলত মলয়াৰ ৰিব ৰিব বতাহত নীলা আকাশৰ তলত…

IIT গুৱাহাটী-ত ৬টা জুনিয়ৰ টেকনিচিয়ান পদত চাকৰি

আইআইটি গুৱাহাটী নিয়োগ ২০২৫ – ৬টা জুনিয়ৰ টেকনিচিয়ান পদ আবেদনৰ অন্তিম তাৰিখ: 15/09/2025 ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (IITG)-এ ৬টা জুনিয়ৰ টেকনিচিয়ান পদৰ বাবে নিয়োগৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে তলত দিয়া…

নৱেম্বৰত বিধানসভাত জনজাতিকৰণক লৈ চৰকাৰে দিব প্রতিবেদন

ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চলি থকা বিতর্ক আৰু আলোচনাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণক লৈ দিলে এক ভাল খবৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ…

HSত ৮০% নম্বৰ পোৱা শিক্ষার্থীয়ে পাব স্কুটী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে মেধাৱী বিদ্যার্থীলৈ স্কুটী প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি কেবিনেটে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ত ৮০ শতাংশ বা তাতকৈ অধিক…

এতিয়াৰে পৰা ১০ দিনৰ ভিতৰত বিদেশীক বহিষ্কাৰ কৰিব পাৰিব DC-এ

জিলা আয়ুক্তৰ হাতত প্রচুৰ ক্ষমতা প্রদান কৰাৰ লগতে জিলা আয়ুক্তই ১০ দিনৰ ভিতৰত অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰিব পাৰিব৷ দিছপুৰ লোকসেৱা ভৱনত বিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক…

চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ–ৰাষ্ট্রপতি, ভোটযুদ্ধত পৰাস্ত বিৰোধী প্রার্থী বি সুদর্শন

দেশৰ নতুন উপ–ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণন৷ প্রত্যাশিতভাৱেই বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণনে উপ–ৰাষ্ট্রপতি নির্বাচনত বিৰোধী ইণ্ডি জোঁটৰ প্রার্থী বি সুদর্শন ৰেড্ডীক পৰাজিত কৰি দেশৰ পঞ্চদশ সংখ্যক উপ–ৰাষ্ট্রপতি হিচাপে…

সন্মুখত UAE : এছিয়া কাপত আজি অভিযানত নামিব টীম ইণ্ডিয়া

বহু জল্পনা–কল্পনাৰ অন্তত সংযুক্ত আৰব আমিৰশ্বাহীত আৰম্ভ হোৱা এছিয়া কাপত আজি অভিযানত নামিব টীম ইণ্ডিয়া৷ ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল ইউএই৷ প্রায় ৭ মাহ বিৰতিৰ পিছত পুনৰ টি–২০লৈ উভতি…

সম্পাদকীয় : সুধাকণ্ঠলৈ যথাযোগ্য সন্মান

ভূপেন হাজৰিকাৰ শততম জন্মদিনটো বিশাল আয়োজনেৰে উদ্যাপন কৰা হৈছে৷ অসম চৰকাৰে এই আয়োজনত আগভাগ গ্রহণ কৰি গুণীজনক যথাযোগ্য সন্মান প্রদর্শনৰ এক আদর্শ স্থাপন কৰিব বিচাৰিছে৷ এইটো ঠিক যে পূর্বৰ চৰকাৰৰ তুলনাত এই চৰকাৰে শিল্পচর্চাকাৰী আৰু ন–পুৰণি…