নাবালিকাক ধ*ৰ্ষ*ণ লম্পট শিক্ষক আবেৰৰ, হাটশিঙিমাৰীত উত্তেজনা
হাটশিঙিমাৰীৰ কালাপানীত এগৰাকী শিক্ষকে সংঘটিত কৰিছে এক জঘন্য কাণ্ড। শিক্ষকগৰাকীৰ বিৰুদ্ধে নাবালিকা ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে পলাতক হৈ আছে অভিযুক্ত শিক্ষক আবেৰ আলী।
মানকাচৰ শিক্ষা খণ্ডৰ অধীনস্থ কালাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ…