আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ১০ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৪ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : ৰেৱতী, যাত্রা : নাই
মেষ : চাকৰিয়ালসকলৰ দিনটো শুভ, প্রেমত ভুল বুজাবুজি, বিদ্যাত মধ্যম৷ শুভ ৰং নীলা৷
বৃষ : ৰাজনৈতিক ক্ষেত্রত জড়িতসকলৰ মানসিক…