নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Elefent Attack : আহত বনৰীয়া হাতীৰ আক্ৰমণত আহত কৃষক, GMCHত চিকিৎসাধীন

Elefent Attack : আজি পুৱাই ৰংজুলিত এক অঘটন সংঘটিত হয় ৷ বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন ৷ আহত লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ GMCH প্ৰেৰণ কৰা হয় ৷ ৰংজুলি বনাঞ্চলত আহত হৈ থকা বনৰীয়া হাতীটোৱে আজি পুৱা…

Pak Visa : পোন্ধৰ বছৰ পূৰ্বে মৃত ব্যক্তিৰ নামত নথিপত্ৰ তৈয়াৰ বিদেশী নাগৰিকৰ

Pak Visa : হোজাইৰ মোৰাঝাৰত কালি আৰক্ষীয়ে সন্দেহজনক বিদেশী নাগৰিকক আটক কৰাৰ পিছত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। আব্দুল কৰিম নামৰ সন্দেহজনক বিদেশী নাগৰিকজনে মোৰাঝাৰৰ হাতিশালীৰ আব্দুল কালাম নামৰ লোকজনৰ নামত পাছপৰ্ট, আধাৰ কাৰ্ড, পান কাৰ্ডকে আদি…

Juria Eviction : সময় সীমা উকলিল : জুৰীয়াত উচ্ছেদক লৈ প্ৰশাসনৰ জাননী

Juria Eviction : অৱশেষত সময় সীমা উকলিল। পুনৰ প্ৰশাসনে জাৰি কৰিলে জাননী। সেই অনুসৰি অহা ২৩ আগষ্টৰ পৰা জুৰীয়াৰ জেঙনি আৰু বলিকটিয়াত থকা বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ বুলডজাৰ। সেই দিনা পুৱা ৮ বজাৰ পৰা চলিব এই উচ্ছেদ অভিযান। উল্লেখ্য যে যোৱা…

চিকিৎসালয়ত বীজাণুৰ সংক্রমণ

আজিকালি সকলো মানুহেই স্বাস্থ্যক লৈ যথেষ্ট সচেতন৷ সেয়ে অসুখ হ’লেই অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে কোন চিকিৎসকক দেখুৱাম, কোনখন চিকিৎসালয়লৈ গ’লে ভাল হ’ব৷ চিকিৎসক নির্বাচন কৰি আমি চিকিৎসালয়লৈ যাওঁ, চিকিৎসা কৰোঁ কিন্তু চিকিৎসালয়ত হোৱা বীজাণুৰ…

আজি দিনটোৰ ৰাশিফল

আজি ২১ আগষ্ট, ভাদ মাহৰ ৪ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : পুষ্যা, যাত্রা : শুভ মেষ : ঘৰলৈ আলহীৰ আগমনৰ ফলত মনত আনন্দ আহিব৷ ব্যৱসায়–বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮৷ বৃষ : গধুৰ…

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পকী দেৱাল বগাই পলায়ন কুখ্যাত কয়দীৰ

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা আজি পুৱতি নিশা সুউচ্চ পকী দেৱাল বগাই পুনৰ পলায়ন কৰিলে দুজন দুৰ্ধৰ্ষ কয়দী। পলাতক কয়দী দুটা ক্ৰমে তেজপুৰ মিছামাৰীৰ জিয়াৰুল ইছলাম আৰু মৰিগাঁও জিলাৰ জাগীৰোডৰ সুব্ৰত সৰকাৰ। দুয়োজন কয়দীয়ে পক'চ গোচৰত ২০ বছৰকৈ সশ্ৰম…

আখৰা শেষ : নাট্যযুদ্ধলৈ সাজু আৱেগৰ ভ্ৰাম্যমাণ থিয়েটাৰ

যোগেশ কলিতাৰ বিশেষ প্ৰতিবেদন, ২০ আগষ্ট অসমত আৰম্ভ হল ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ বতৰ। জনপ্ৰিয় তাৰকাক প্ৰতিটো নাট্যদলে ইতিমধ্যে আখৰা সামৰি দৰ্শকৰ মাজলৈ লৈ আহিছে এই বছৰৰ তেওঁলোকৰ ব্যয়বহুল নাটকসমূহ। প্ৰতিযোগিতামূলক ভাবধাৰাৰে দৰ্শকৰ মাজলৈ অহা…

ৰহাত উচ্ছেদৰ জাননী : টালি-টোপোলা বান্ধি ৰাওনা বেদখলকাৰী

অচিৰেই ৰহাৰ জৰাবাৰী মৌজাৰ চেঙাজানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান৷ ৰহা ৰাজহ চক্ৰত অন্তৰ্গত চেঙাজানত ৫৯০ বিঘা ফৰেষ্ট লেণ্ডৰ চৰকাৰী ভূমি ইতিমধ্যে বেদখলকাৰীৰ কৱলত আছে৷ এই অবৈধ বেদখলকৃত চৰকাৰী ভূমিত চলোৱা হ’ব উচ্ছেদ অভিযান। ইতিমধ্যে ৰহা ৰাজহ…

আৰ্থিক দুৰ্নীতি : SMCHত CM ভিজিলেঞ্চৰ অভিযান

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ'ল'জি বিভাগত অভিযান ৷ প্ৰায় এক ঘন্টা ধৰি চলিছে অভিযান ৷ বিভাগটোৰ একাধিক কৰ্মী বিষয়াক জেৰা অভিযানকাৰী দলৰ ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ…

বিদ্যালয়ৰ ইক’ পাৰ্কত দুৰ্বৃত্তৰ তাণ্ডৱ, কাটিলে পাৰ্কৰ কেইবাডাল গছ

এইবাৰ দুৰ্বৃত্তৰ তাণ্ডৱ চলিল এখন বিদ্যালয়ত। নিশা বিদ্যালয় চৌহদত সোমাই কাটিলে কেইবাডালকৈ মূল্যৱান গছ। নগৰবেৰাৰ ৰূপাহাৰা প্ৰাঃ বিদ্যালয়ত দুস্কৃতিকাৰীয়ে নিশা বিদ্যালয়ৰ ইক’ পাৰ্কৰ কেইবাডালকৈ গছপুলি গুৰিতে কাটি দিয়ে। মূল্যৱান দেৱদাৰু আৰু ফুলগছৰ…