নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাকামী বেলুচ আর্মীক সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত

পাকিস্তানৰ প্রতি আমেৰিকাৰ যুক্তৰাষ্ট্রৰ দৰদ৷ দেশখনৰ প্রবল প্রতিপক্ষ হিচাপে পৰিচিত স্বাধীনতাকামী বেলুচিস্তান লিবাৰেচন আর্মীক বিদেশী সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত কৰিলে আমেৰিকাই৷ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে যুঁজ দি স্বাধীন ৰাষ্ট্রৰ ক্ষণ গণি…

এসপ্তাহ সময় সুশীল কুমাৰক, আদালতত হাজিৰৰ নিৰ্দেশ

পুনৰ জেল যাত্ৰা! এসপ্তাহৰ ভিতৰত হাজিৰ হ’ব লাগিব অলিম্পিয়ান সুশীল কুমাৰ ভাৰতৰ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন নাকচ কৰি তেওঁক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। সুশীল কুমাৰৰ বিৰুদ্ধে…

ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা : নিমিষতে শেষ হৈ গল এখন সুখৰ সংসাৰ

আজি পুৱতিনিশা ক্ষেত্ৰীত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এগৰাকী অৱসৰপ্ৰাপ্ত উপাধক্ষ্য আৰু তেওঁৰ পত্নীৰ মৃত্যু হৈছে, আনহাতে তেওঁলোকৰ নাবালিকা জীয়ৰী গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হোমত জীৱন-মৃত্যুৰ সংগ্ৰাম কৰি…

অংগদান–জীৱনদান : অংগদান দিৱস উপলক্ষে বিশেষ লেখা

ডাঃ হিমামনী ডেকা সহযোগী অধ্যাপিকা শৰীৰতন্ত্র বিভাগ. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মৃত্যুৰ পাছত জীৱন, যেন এক অমৰত্ব প্রদান৷ মৃত ব্যক্তিজনে অজান মুলুকলৈ যাত্রা কৰিলে, কিন্তু অংগদান কৰি তেওঁ যি মহান কর্ম সম্পন্ন কৰিলে, তেওঁ আৰু তেওঁৰ…

ৰাজ্যৰ অর্থনীতিলৈ অশনি সংকেত : ৩ দশকত নিঃশেষ হ’ব তেল–গেছৰ ভাণ্ডাৰ

যি প্ৰাকৃতিক সম্পদৰ বলেৰে এচাম যুৱকে স্বাধীন অসমৰ সপোন দেখিছিলে সেই তেল আৰু গেছৰ ভাণ্ডাৰ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ পৰা নিঃশেষ হবলৈ আৰু বেছি দিন নাই। প্ৰায় তিনিটা দশকৰ ভিতৰত উত্তৰপূৰ্বাঞ্চলৰ ভূগৰ্ভৰ পৰা নিশ্চিহ্ন হৈ যাব তেল আৰু প্ৰাকৃতিক গেছৰ…

অৰুণাচলত নদীবান্ধ নিৰ্মাণ : চীনক প্রত্যাহ্বান ভাৰতৰ

ব্রহ্মপুত্রৰ উপৰিভাগত চীনে নির্মাণ কৰিবলগীয়া বৃহৎ নদীবান্ধক প্রত্যাহ্বান জনাই অৰুণাচল প্রদেশত নির্মাণ কৰিবলগীয়া জলবিদ্যুৎ প্রকল্পত অনুমোদন মোদী কেবিনেটৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় কেবিনেটে অৰুণাচল প্রদেশৰ চি য়োনি…

সম্পাদকীয় : স্বাধীনতাৰ উৎসৱ

এদিন পিছতেই দেশব্যাপী স্বাধীনতাৰ উৎসৱ উদ্যাপিত হ’ব৷ অসমত আলফাৰ আধিপত্য চলি থকা সেই সময়ছোৱাত আলফাৰ নির্দেশ আৰু ভয়ত স্বাধীনতা উৎসৱ উদ্যাপন বন্ধ হৈ আছিল৷ কিন্তু আলফাৰ ভীতি প্রদর্শনকো ভয় নকৰি এচাম লোকে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশমাতৃৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৩ আগষ্ট, শাওণ মাহৰ ২৭ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ :  বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ ঘৰুৱাত শুভ কর্ম সম্পাদন৷ আর্থিকত মজলীয়া৷…

তথাকথিত ইউটিউবাৰ চুমী আকতাৰক লাহৰীঘাটত গ্ৰেপ্তাৰ

🔹 অসমীয়া জাতিক মেটেকাৰে তুলনা কৰি চূড়ান্ত অপমান নিয়মীয়া বাৰ্তা, ১২ আগষ্টত : অসমীয়া জাতিক অশ্লীল গালি-গালাজেৰে চূড়ান্ত অপমান কৰা তথাকথিত ইউটিউবাৰ চুমী আকতাৰ অৱশেষত পৰিল আৰক্ষীৰ জালত। তথাকথিত ইউটিউবাৰ চুমীয়ে যোৱা দুদিন ধৰি সামাজিক…

ঐতিহাসিক সিদ্ধান্ত : চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ নিৰীক্ষণৰ বাবে AI কেমেৰা স্থাপন

চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ সময়ানুৱৰ্তিতা নিৰীক্ষণৰ বাবে শীঘ্ৰেই AI কেমেৰা স্থাপন কৰা হ’ব। আজি ওড়িশা চৰকাৰৰ মুখ্য সচিব মনোজ আহুজাৰ সভাপতিত্বত লোক সেৱা ভৱনত অনুষ্ঠিত উচ্চপৰ্যায়ৰ বৈঠকত এই বিষয়ে আলোচনা হৈছে। সচিব পৰ্যায়ৰ এই বৈঠকৰ লক্ষ্য…