নিশ্চিত হল হাইকর্ট স্থানান্তৰ : ৰংমহলত ভৱন নির্মাণৰ বাবে গৰাকীক ভূমিৰ প্রদান
আজি এক ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই! সেই ঘোষণা অনুসৰি এই বছৰতে আৰম্ভ হ'ব উত্তৰ গুৱাহাটীৰ ৰংমহলত নিৰ্মাণ হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ কাম। আজি ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰা ১২৯ বিঘা ভূমিৰ…