টীম ইণ্ডিয়াৰ টি-২০ নেতৃত্বত নতুন অধ্যায় আৰম্ভৰ ইংগিত BCCI-ৰ
সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলে শেহতীয়াকৈ টি-২০ বিশ্বকাপ জয় কৰাৰ লগতে এছিয়া কাপতো চেম্পিয়ন হৈছিল। কিন্তু এতিয়া তেওঁৰ টি-২০ অধিনায়কত্বৰ পৰা বিদায় লোৱাৰ সম্ভাৱনা দেখা দিছে। বিচিচিআয়ে IPL ২০২৬ৰ পিছত কিছু ডাঙৰ পৰিৱর্তনৰ…