শিলচৰত আৰক্ষীৰ অভিযানত পিষ্টল-গ্ৰেনেড উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ মে' : শিলচৰ চহৰতলী ৰামনগৰ অঞ্চলত আৰক্ষীৰ বিশেষ তালাচী অভিযানত উদ্ধাৰ হৈছে আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক। বুধবাৰে ৰামনগৰৰ এফ চি আই ৰোডৰ কাষতে থকা এটা ঘৰত অভিযান চলায়।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, লক্ষ্মীপুৰ…