নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা, কাজিৰঙাত অখিল গগৈৰ সংবাদ মেল

বিৰোধী ঐক্যমঞ্চই সঠিক সময়ত ঐক্যবদ্ধ নোহোৱাৰ বাবেই নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হয়৷'— বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াই দ্বিতীয়বাৰৰ বাবে বিধায়কৰ আসন দখল কৰিবৰ সক্ষম হোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাজিৰঙাত সাংবাদিকৰ সন্মুখত…

ষষ্ঠদশ বিধানসভা শুৱনি কৰিব ৪১ নতুন নির্বাচিত বিধায়কে

নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যত গঠনৰ দিশে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন চৰকাৰ৷ মুঠ ১০২খন আসন দখল কৰি বিজেপি মিত্রজোঁটে ষষ্ঠদশ বিধানসভাত লাভ কৰিলে নিৰংকুশ বিজয়৷ ইয়াৰে বিজেপি দলে লাভ কৰিলে ৮২খন আসন, বিপিএফ দলে লাভ কৰিলে ১০খন আৰু ১০খন আসন লাভ…

যোৰহাটত নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল-২০২৬ ছিজন ৬ৰ আয়োজন

বিগত পাঁচ বছৰৰ দৰে আৰ. এছ. ক্ৰিয়েছনৰ দ্বাৰা যোৰহাটত "নৰ্থ ইষ্ট বেষ্ট ম'ম এণ্ড এঞ্জেল ২০২৬ ছিজন ৬" সুপ্ত প্ৰতিভাৰ বিকাশৰ সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ পৰিচালন সঞ্চালিকা ৰিজু আৰ শইকীয়াই এই কথা জানিবলৈ দিয়ে।…

ধুবুৰীৰ পাঁচটা সমষ্টিত NOTA-ত ভোট পৰিল ৭,৭৩৯

পূৰ্বৰ অভিলেখ ভাঙি ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৭,৭৩৯ গৰাকী ভোটাৰে এইবেলি NOTAত ভোটদান কৰিলে। ইয়াৰে, গোলকগঞ্জ বিধানসভা সমষ্টিত ১,১২০গৰাকী ভোটাৰে NOTAত ভোটদান কৰাৰ বিপৰীতে বীৰসিং জৰুৱা বিধানসভা সমষ্টিত NOTAত ভোটদান কৰিলে মুঠ…

ফকিৰগঞ্জত আৰক্ষীৰ অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ধাপনপাৰা গাঁৱত নিশা আৰক্ষীয়ে এক সফল অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। ধৃত অভিযুক্ত দুজন হ'ল ইকবাল হুছেইন, গজিবৰ ৰহমান। আটক কৰা দুয়োৰে ঘৰ ফকিৰগঞ্জ থানাৰ…

বকো ছয়গাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কলৈ বৃহত্তৰ নগৰবেৰাবাসীৰ আৰ্জি

অৱশেষত কামৰূপৰ বকো ছয়গাওঁ বিধান সভা সমষ্টিত অকল্পনীয়, অবিশ্বাস্যভাবে পোনপ্ৰথমবাৰৰ বাবে বিজয় সাৱ্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ,যুৱনেতা ৰাজু মেচে। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ আশীষধন্য হৈ সমষ্টিবাসীয়ে লাভ কৰিলে এগৰাকী জনদৰদী…

তামিলনাডুত ৰাজনৈতিক ড্ৰামা : TVKক সমৰ্থনক লৈ উত্তেজনা বৃদ্ধি

তামিলনাডুৰ ৰাজনীতিত এইবাৰ এক গুৰুত্বপূৰ্ণ পৰিৱর্তন দেখা গৈছে। বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ দল TVKয়ে ১০৮খন আসন লাভ কৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে, স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ বাবে…

নতুন চৰকাৰ গঠনৰ দিশে এখোজ, মুখ্যমন্ত্ৰীৰ পদত্যাগপত্ৰ দাখিল

অসমত ৰাজনৈতিক পৰিৱেশত তৎপৰতা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ হাতত মুখ্যমন্ত্ৰী পদৰ পদত্যাগ পত্ৰ দাখিল কৰে। এই পদক্ষেপেৰে ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে…

ড্ৰাগছ মাফিয়াৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰ আহত আৰক্ষী জোৱান

কাছাৰৰ অসম মণিপুৰ সীমান্তত নিশা গুলী চালনা। ড্ৰাগছ মাফিয়াৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰ আহত হৈছে এজন আৰক্ষী জোৱান। সীমান্তৰ কাছাৰৰ জিৰিঘাটৰ দিঙলাং বস্তীত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা। জানিব পৰা মতে, ড্ৰাগছ বিৰুদ্ধে অভিযান চলাবলৈ লক্ষীপুৰ সমজিলা…

ডিমৌত মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ

ডিমৌ থানাৰ অন্তৰ্গত পালেঙী ধ্যান পথাৰত পুৱতিনিশা আৰক্ষীৰ অভিযান। জেষ্ঠ্য জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত তথা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলাম, ডিমৌ আৰক্ষী আয়ুক্ত হীৰেন কুমাৰ ডেকাসহ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান…