চিৰাঙত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
চিৰাঙৰ ছামথাইবাৰীৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
প্ৰথমে কন্টেইনাৰ ট্ৰাকৰ সৈতে ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ।
তাৰ মাজতেই তীব্ৰ গতিত অহা এখন ই-ৰিক্সাই খুন্দা মাৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰত।
ফলত যাত্ৰী কঢ়িয়াই নিয়া…