নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ মে’, ব’হাগ মাহৰ ২০ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণ তৃতীয়া, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ : ঘিউ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷ বৃষ : শুভ…

ৰীল বনাবলৈ গৈ ৬০ ফুট ওখ পানী টেংকিত আবদ্ধ দুই কিশোৰ, উদ্ধাৰ কৰিলে বায়ুসেনাই

ডিজিটেল ডেস্ক, ৩ মে' : উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত পানীৰ টেংকীত ১৬ ঘণ্টা ধৰি আবদ্ধ হৈ থকা দুই কিশোৰক এয়াৰফ'ৰ্চৰ MI-17 হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে। দুয়োকে গোৰখপুৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় বায়ুসেনাই এক্সৰ জৰিয়তে এই…

জীৱনত ১৫ বছৰীয়া ল’ৰা এটাক লৈ কেতিয়াও ইমান ভয় কৰা নাছিলোঁ : কাঈল জেমিছন

ডিজিটেল ডেস্ক, ৩ মে’ : সম্প্রতি বিশ্বৰ নামী–দামী বলাৰসকলৰ বাবে ত্রাসৰ কাৰণ হৈ পৰিছে বৈভৱ সূর্যবংশী৷ চলিত আইপিএলত বৈভৱে ইজনৰ পিছত সিজন তাৰকা বলাৰক নির্দয়ভাৱে প্রহাৰ কৰি চমক সৃষ্টি কৰিছে৷ বর্তমান বৈভৱ সূর্যবংশী সকলো বলাৰৰ বাবে ভয়ৰ কাৰক হৈ…

চাৰি মহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড, ৯জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৩ মে' : দিল্লীৰ বিবেক বিহাৰৰ এটা চাৰি মহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা ৩.৪৮ বজাত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে। ভয়াৱহ অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী…

জোনাইত চোৰাং চিকাৰী আটক, হস্তনিৰ্মিত বন্দুক-মোবাইল ফোন জব্দ 

নিয়মীয়া বাৰ্তা, জোনাই, ৩ মে' : জোনাইৰ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য 'পবা'ৰ লেকু বীটৰ অন্তৰ্গত পবাৰ পৰা শনিবাৰে এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, দা, মোবাইল ফোনৰ লগতে এটা বেগ জব্দ…

খাৰুপেটীয়াৰ আৰিমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিজিটেল ডেস্ক, ৩ মে' : দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ৩ নম্বৰ আৰিমাৰীৰ শান্তি বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। শালপতিয়ে হত্যা কৰিলে শালপতিক। জানিব পৰা মতে, আক্কাচ আলী নামৰ এজন ব্যক্তিক মহম্মদ আলীয়ে ছুৰীৰে আক্ৰমণ কৰি…

ছামিমৰ কললিষ্টত বহু যুৱতী–হাইপ্রফাইল লোকৰ বার্তালাপৰ তথ্য

মঠঘৰীয়াৰ অভিশপ্ত দুর্ঘটনাত তিনিগৰাকীকৈ যুৱতীৰ প্রাণ কাঢ়ি নিয়াৰ পিছত মহানগৰ আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে নিত্য নতুন তথ্য৷ ত্রিপুৰা নহয়, অসমৰ গোৱালপাৰাৰ নামপাৰাৰ বাসিন্দা আছিল অভিশপ্ত গাড়ীখনৰ চালক ছামিম আহমেদ৷ ২০১৩ চনত গুৱাহাটীলৈ আহি…

মাজত মাত্ৰ কেইটামান ঘণ্টা… কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

ডিজিটেল ডেস্ক, ৩ মে’ : হাইভ’ল্টেজ নির্বাচনী সমুখ সমৰৰ পাছত এইবাৰ আৰম্ভ হৈছে অসমত নতুন চৰকাৰ গঠনৰ কাউণ্ট–ডাউন৷ পৰৱর্তী ৫ বছৰৰ বাবে ৰাজ্যৰ শাসনৰ বাঘজৰী কোনে হস্তগত কৰিব– শাসকীয় বিজেপি মিত্রজোঁটে নে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যই? ইয়াৰ…

চৰকাৰী ভূমি দখল কৰি পঢ়িব নোৱাৰিব নামাজ, এলাহাবাদ হাইক’ৰ্টৰ ঐতিহাসিক ৰায়দান

ডিজিটেল ডেস্ক, ৩ মে’ : চৰকাৰী বা সাধাৰণ নাগৰিকে ব্যৱহাৰ কৰা ভূমি কোনো বিশেষ ধর্মীয় কার্যকলাপৰ বাবে স্থায়ীভাৱে বা বাৰে বাৰে ব্যৱহাৰৰ বাবে দখল কৰিব পৰা নাযাব৷ নামাজ পঢ়াক লৈ উত্থাপিত এটা গোচৰত এই ঐতিহাসিক ৰায়দান কৰে এলাহাবাদ হাইক’র্টে৷ আদালতে…