হৰমুজ : ইৰানক শুল্ক দিলেই কঠোৰ নিষেধাজ্ঞা
ডিজিটেল ডেস্ক, ৪ মে’ : ক্ষেপণাস্ত্রৰ যুদ্ধ আপাততঃ বন্ধ৷ কিন্তু হৰমুজ প্রণালীৰ ওপৰত দখলীস্বত্বক লৈ জলযুদ্ধ অব্যাহত৷ দেওবাৰে আন্তঃৰাষ্ট্রীয় জাহাজ সংস্থাসমূহক হুমকি দিলে মার্কিন যুক্তৰাষ্ট্রই৷ নিৰাপদ জলযাত্রাৰ বাবে ইৰানক শুল্ক দিলেই কঠিন…