নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজত মাত্ৰ কেইটামান ঘণ্টা… কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

ডিজিটেল ডেস্ক, ৩ মে’ : হাইভ’ল্টেজ নির্বাচনী সমুখ সমৰৰ পাছত এইবাৰ আৰম্ভ হৈছে অসমত নতুন চৰকাৰ গঠনৰ কাউণ্ট–ডাউন৷ পৰৱর্তী ৫ বছৰৰ বাবে ৰাজ্যৰ শাসনৰ বাঘজৰী কোনে হস্তগত কৰিব– শাসকীয় বিজেপি মিত্রজোঁটে নে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যই? ইয়াৰ…

চৰকাৰী ভূমি দখল কৰি পঢ়িব নোৱাৰিব নামাজ, এলাহাবাদ হাইক’ৰ্টৰ ঐতিহাসিক ৰায়দান

ডিজিটেল ডেস্ক, ৩ মে’ : চৰকাৰী বা সাধাৰণ নাগৰিকে ব্যৱহাৰ কৰা ভূমি কোনো বিশেষ ধর্মীয় কার্যকলাপৰ বাবে স্থায়ীভাৱে বা বাৰে বাৰে ব্যৱহাৰৰ বাবে দখল কৰিব পৰা নাযাব৷ নামাজ পঢ়াক লৈ উত্থাপিত এটা গোচৰত এই ঐতিহাসিক ৰায়দান কৰে এলাহাবাদ হাইক’র্টে৷ আদালতে…

ইউৰোপীয় দেশৰ পৰা ৫ হাজাৰ সেনা প্রত্যাহাৰ ট্রাম্পৰ

ডিজিটেল ডেস্ক, ৩ মে’ : ইৰানৰ সৈতে আমেৰিকা যি যুদ্ধত জড়িত হৈ পৰিছে তাত ইউৰোপৰ বন্ধু দেশসমূহৰ পৰা কাংক্ষিত সাহায্য পোৱা নাই আমেৰিকাই৷ কেইবাখনো দেশে যুদ্ধত জড়িত হ’বলৈ বিচৰা নাই৷ কোনো কোনো দেশে আনকি লুক–ঢাক নকৰাকৈয়ে মার্কিন নীতিৰ সমালোচনাও…

মাজুলীৰ মুগাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্য, চুমনি পৰিদৰ্শন জিলা আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ৩ মে’ : মাজুলীৰ ঐতিহ্যমণ্ডিত মুগাশিল্পক বিশ্ব দৰবাৰত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা আৰু থলুৱা পালকসকলৰ সমস্যাসমূহৰ বুজ লোৱাৰ লক্ষ্যৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে মাজুলীৰ জিলা আয়ুক্ত সৃষ্টি সিংহই। ২ মে'…

বিগত বিত্তীয় বর্ষত দেশত সর্বাধিক সম্পত্তি বাজেয়াপ্ত ইডিৰ

ডিজিটেল ডেস্ক, ৩ মে’ : আর্থিক অনিয়মৰ গোচৰত ২০২৫–২৬ বিত্তীয় বর্ষত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে বাজেয়াপ্ত কৰা ধনৰ পৰিমাণ বৃদ্ধি পাইছে৷ অৱশ্যে এইক্ষেত্রত লক্ষণীয় যে গ্রেপ্তাৰীৰ সংখ্যা বহুখিনি কমিছে৷ এই তথ্য প্রকাশ পাইছে চৰকাৰী…

চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই

ডিজিটেল ডেস্ক, ৩ মে’ : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলৰ প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে৷ শনিবাৰে চেন্নাইত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত মুম্বায়ে চেন্নাই ছুপাৰ কিংছৰ হাতত ৮ উইকেটত পৰাস্ত হয়৷ মেচখনত…

সমালোচকক উত্তৰ দিয়াৰ কোনো প্রয়োজন নাই, ভেপিং কাণ্ডক লৈ মুখ খুলিলে ৰিয়ান পৰাগে

ডিজিটেল ডেস্ক, ৩ মে’ : পঞ্জাব কিংছৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত অনুষ্ঠিত মেচত সংঘটিত ভেপিং কাণ্ডক লৈ প্রথমবাৰৰ বাবে মুখ খুলিলে ৰাজস্থান ৰয়েলছৰ অধিনায়ক, অসম সন্তান ৰিয়ান পৰাগে৷ শুকুৰবাৰে জয়পুৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত ৯০ ৰানৰ…

৩ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ মে’, ব’হাগ মাহৰ ১৯ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণ দ্বিতীয়, নক্ষত্র : চিত্রা, যাত্রা : নাই মেষ : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ বজাৰৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা…

জুবিন মৃ*ত্যুকাণ্ড : সোমবাৰেহে সিদ্ধাৰ্থৰ জামিনৰ ৰায়

জুবিন গাৰ্গ মৃত্যুকাণ্ড সন্দৰ্ভত বিশেষ ফাষ্ট-ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সম্পৰ্কে সোমবাৰ (৪ মে’)ত চূড়ান্ত ৰায় ঘোষণা কৰিব। উল্লেখ্য যে এই গোচৰটোত দৈনিক শুনানি চলাই থকা বিশেষ ফাষ্ট-ট্ৰেক আদালতে ২৮ এপ্ৰিলত জামিন আবেদনৰ শুনানি…

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাক লৈ নিৰ্বাচন আয়োগৰ কঠোৰ সিদ্ধান্ত

পশ্চিমবংগত বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত আৰু ভোট গণনাৰ পূৰ্বে ষ্ট্ৰং ৰুম আৰু EVMত খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। এই পৰিস্থিতিত নিৰ্বাচন আয়োগে শনিবাৰে (২ মে’) এক গুৰুত্বপূৰ্ণ পদক্ষেপ…