নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যাপক নিৰাপত্তাৰে পশ্চিমবংগৰ ১৫টা বুথত পুনৰ ভোটগ্ৰহণ

পশ্চিমবংগত নিৰ্বাচনৰ সময়ত সংঘটিত অনিয়মৰ অভিযোগৰ পিছত নিৰ্বাচন আয়োগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডায়মণ্ড হাৰ্বাৰ আৰু মগৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ মুঠ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে। পূৰ্বে জাৰি কৰা…

পৰাস্ত ৰিয়ানৰ ৰাজস্থান, দিল্লীৰ ঐতিহাসিক জয়

দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ২২৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। এইটো হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দিল্লীৰ আটাইতকৈ ডাঙৰ সফল ৰান চেজ। কে এল ৰাহুল আৰু পাথুম নিশাংকাৰ অৰ্ধশতকীয় ইনিংছে দিল্লীক এই সাফল্য…

বৈঠালাংছʼত বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু

বৈঠালাংছʼৰ ৰজা গাঁৱত নিশা এক শোকাৱহ ঘটনা সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় দাস নামৰ এজন যুৱকৰ থিতাতে মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, ৰজা গাঁৱৰ কলনী অঞ্চলত নিশাৰ সময়ত হঠাতে এটা বনৰীয়া হাতীয়ে আক্ৰমণ চলায়। সেই সময়তে ঘটনাস্থলীত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ মে’, ব’হাগ মাহৰ ১৮ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণ প্রতিপদ, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ বৃষ : বৈষয়িক…

উৎকোচ লৈ হাত দাঙিলে লখিমপুৰৰ আঞ্চলিক বন বিষয়া শিৱাশিস শাণ্ডিল্যই

ডিজিটেল ডেস্ক, ১ মে' : টকাৰ খঁক একাংশ চৰকাৰী বিষয়াৰ। দৰমহাৰে নভৰে পকেট। সেয়ে বক্ৰপথৰে লয় ধন। পিছে দিন-দশা বেয়া হ'লে লটিঘটি হ'বলগীয়া হয়। আজি তেনে দশাই হ'ল লখিমপুৰৰ আঞ্চলিক বন বিষয়া শিৱাশিস শাণ্ডিল্যৰ। ১২ হাজাৰ টকা উৎকোচ লওঁতেই…

ভাৰতলৈ উভতি আহিব ঐতিহাসিক কহিনুৰ হীৰা ! নিউয়র্কৰ মেয়ৰৰ মুখত উৎসাহজনক মন্তব্য

ডিজিটেল ডেস্ক, ১ মে' : কহিনুৰ নামটোৱেই প্রতিগৰাকী ভাৰতীয়ৰ মনত সৃষ্টি কৰে কৌতূহলৰ৷ বিশ্বৰ আটাইতকৈ মূল্যৱান হীৰাটুকুৰা পোৱাৰ সপোন এবাৰলৈও নেদেখা মানুহ তেনেই নগণ্য৷ কিন্তু ভাগ্যচক্রত ইয়াৰ অধিকাৰী এককভাৱে ব্রিটিছ ৰাজপৰিয়াল, যাক লৈ শতিকাৰ পিছত…

নৰ্মদাত অঘটন… পৰ্যটকবাহী ক্ৰুজ ডুবি ৯জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ১ মে' : মধ্যপ্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নৰ্মদা নদীত ডুব গ’ল এখন পৰ্যটকবাহী ক্ৰুজ। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া বৰগী বান্ধত এই দুৰ্ঘটনা সংঘটিত হয়। ক্ৰুজখনত মুঠ ২৯জন লোক আছিল বুলি জানিব পৰা গৈছে। এই…

​কোকৰাঝাৰত সপ্তম ‘এৰী দিৱস’ উদযাপন, ৰেচম শিল্পৰ উত্তৰণৰ সংকল্প

​নিয়মীয়া বাৰ্তা, দোতমা, ১ মে’ : বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ৰ ৰেচম বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰ জিলাৰ আদাবাৰীস্থিত ‘বড়োলেণ্ড ছিল্ক পাৰ্ক’ত সপ্তম ‘এৰী দিৱস’ উলহ-মালহেৰে উদযাপন কৰা হয়। ​বিটিআৰ অঞ্চলৰ পৰম্পৰাগত ৰেচম শিল্পক বিশ্ব দৰবাৰত…

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি… ৭ মহীয়া অন্তঃসত্ত্বা পত্নীৰে অঘটন

ডিজিটেল ডেস্ক, ১ মে' : শিলচৰৰ মধুৰবন্ধত সংঘটিত হৈছে এক জঘন্য তথা মানৱতাক লজ্জানত কৰা হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ পৰিণতিত এগৰাকী ৭ মহীয়া অন্তঃসত্ত্বা মহিলাক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে নিজ স্বামীৰ বিৰুদ্ধে। এই ঘটনাক…

ইৰানে পাৰমাণৱিক কার্য বন্ধ নকৰিলে চুক্তি সম্ভৱ নহয় : ড’নাল্ড ট্রাম্প

ডিজিটেল ডেস্ক, ১ মে' : ইৰানে পাৰমাণৱিক কর্মকাণ্ডক লৈ নিজৰ উচ্চাকাংক্ষাৰ পৰা আঁতৰি নগ’লে তেওঁলোকৰ সৈতে কোনো চুক্তি কৰা সম্ভৱ নহয়৷- এনে দাবী কৰিলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ইৰানৰ বিৰুদ্ধে মার্কিন নৌ বাহিনীয়ে হৰমুজ প্রণালীত যি…