নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা, মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কেইবালাখ টকা

ডিজিটেল ডেস্ক, ১ মে' : বৰপেটা আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা। অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত চাৰি লাখ নিৰান্নবৈ হাজাৰ পাঁচশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। উল্লেখ্য যে বৰপেটা চহৰৰ গলিয়া হাটীৰ বাসিন্দা জগদীশ তালুকদাৰৰ ঘৰৰ পৰা…

পৱন খেড়াক উচ্চতম ন্যায়ালয়ৰ সকাহ, অগ্ৰিম জামিন মঞ্জুৰ

ডিজিটেল ডেস্ক, ১ মে' : কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আগতে তেওঁৰ অগ্ৰিম জামিন আবেদন নাকচ কৰাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল খেড়া। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াক এই…

একে কোবে প্ৰায় হাজাৰ টকা বৃদ্ধি পালে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দাম

ডিজিটেল ডেস্ক, ১ মে' : বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১ মে’ৰ পৰা প্ৰতিটো চিলিণ্ডাৰত ৯৩৩ টকাকৈ বৃদ্ধি কৰা হৈছে। এইটো এটা মাহৰ ভিতৰত দ্বিতীয়বাৰ দাম বৃদ্ধি। মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত বিশ্ববজাৰত ক্ৰুড অইলৰ দাম তীব্ৰভাৱে বৃদ্ধি…

হোজাইত ভুৱা UDISE ক’ডেৰে চলা বিদ্যালয় ছীল

ডিজিটেল ডেস্ক, ১ মে' : হোজাই জিলাত পুনৰ এক ভুৱা বিদ্যালয়ৰ কেলেংকাৰি পোহৰলৈ আহিছে। ভুৱা UDISE ক’ড ব্যৱহাৰ কৰি অবৈধভাৱে চলাই থকা ডবকা ভেলৌগুৰিৰ ইউনাইটেড ইংলিছ স্কুলক বৃহস্পতিবাৰে জিলা প্ৰশাসনে তৎকালীনভাৱে ছীল কৰি দিয়ে। এই ঘটনাই অঞ্চলজুৰি…

বৃদ্ধি পাব বিশ্বকাপৰ পুৰস্কাৰৰ ধন, ফিফাই মানি ল’লে অংশগ্রহণকাৰী দেশৰ দাবী

ডিজিটেল ডেস্ক, ১ মে' : আগন্তুক বিশ্বকাপত ফিফাই অভিলেখসংখ্যক আর্থিক পুৰস্কাৰ প্রদান কৰিব৷ অংশগ্রহণকাৰী দলসমূহৰ দাবী মানি লৈ বিশ্ব ফুটবল শাসক সংস্থাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ এইবাৰ বিশ্বকাপ আৰু বেছি দিন চলিব৷ সেয়ে দেশসমূহে পুৰস্কাৰৰ ধন…

ধুবুৰীত ধনৰ বিনিময়ত বহিঃৰাজ্যৰ ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ বেহা

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১  মে' : ধুবুৰী আৰক্ষীৰ অভিযানত ধনৰ বিনিময়ত তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ শিক্ষা ব’ৰ্ডৰ ভুৱা মাৰ্কশ্বীট প্ৰদান কৰা এটা চক্ৰ উৎখাত হোৱা বুলি জানিব পৰা গৈছে। দৰাচলতে ধুবুৰীৰ আমবাগান খলিলপুৰৰ সাগৰ ঘোষ নামৰ ছাত্ৰ…

বশিষ্ঠ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ চোৰ

ডিজিটেল ডেস্ক, ১ মে' : বশিষ্ঠ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ অভিযান চলাই দুটা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা চোৰ দুটা হৈছে হাজোৰ আছমত আলী আৰু নমাইলৰ বিমল চেত্ৰী। জানিব পৰা মতে, নমাইলৰ এটা বাসগৃহৰ পৰা কাঁহ-পিতলৰ…

ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিপক্ষে সহজ জয় গুজৰাট টাইটানছৰ

ডিজিটেল ডেস্ক, ১ মে' : গুজৰাট টাইটানছে চলিত আইপিএলৰ প্লে অফত খেলাৰ আশা সজীৱ কৰি তুলিছে৷ বৃহস্পতিবাৰে আহমেদাবাদত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত গুজৰাট টাইটানছে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক সহজেই ৪ উইকেটত পৰাস্ত কৰি সম্পূর্ণ…

সম্পাদকীয় : এগজিট প’ল

দেশৰ চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত বিধানসভা নির্বাচন অনুষ্ঠিত হৈ গ’ল৷ স্বাভাৱিকতেই দলীয় নেতা–কৰ্মীৰ লগতে সাধাৰণ নাগৰিকেও এই নির্বাচনৰ ফলাফল জানিবলৈ উদগ্রীৱ হৈ আছে৷ এই আগ্রহত ৰহণ চৰাই বিভিন্ন সংস্থাই প্রকাশ কৰিছে এগ্জিট প’ল৷…

১ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ১ মে’, ব’হাগ মাহৰ ১৭ তাৰিখ শুকুৰবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ মেষ : কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ…