গুৱাহাটী প্রেছ ক্লাবত দিব্যজ্যোতি ডেকাৰ দুখন গ্রন্থ উন্মোচন
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বিশিষ্ট লেখিকা দিব্যজ্যোতি ডেকাৰ দুখন গ্রন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ এই উপলক্ষে গুৱাহাটী প্রেছ ক্লাবত হাতীগাঁৱৰ নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ডেকাৰ কাব্যগ্রন্থ ‘বাৰ মাহৰ মালিতা’ আৰু উপন্যাস ‘এয়া কেনেকুৱা প্রেম’ উন্মোচন কৰা হয়৷ গ্রন্থ দুখন উন্মোচন কৰে সাহিত্য অকাডেমি…
Read More...