নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

মহানগৰ

দিছপুৰ আৰক্ষীৰ জালত জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, চি এম ভিজিলেঞ্চৰ নামত ধনদাবী

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : দিছপুৰ আৰক্ষীৰ জালত পৰিল জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী। চি এম ভিজিলেঞ্চৰ নামত দাবী কৰা ধন ল'বলৈ আহি আৰক্ষীৰ জালত পৰে ৰাতুল ডেকা নামৰ লোকজন। পাণবজাৰত ধন ল'বলৈ অহা জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন ডিমৌৰ ৰাতুল ডেকা। চি এম ভিজিলেঞ্চৰ নামত ২ লাখ ২৫ হাজাৰ টকা দাবী কৰিছিল ধৃত ৰাতুল ডেকাই। দাবী কৰা ধন লওঁতেই দিছপুৰ…
Read More...

কাহিলিপাৰাত চাঞ্চল্য, পুত্ৰৰ মৃত্যুৰ পিছত ঘৰত বোৱাৰীয়েকৰ প্ৰৱেশ নিষিদ্ধ শহুৰেকৰ

মহানগৰীৰ কাহিলিপাৰাৰ হিৰিম্বাপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ মৃত্যুৰ পিছত বোৱাৰীয়েক ঘৰৰ পৰা উলিয়াই দিলে…

অর্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ শুভাৰম্ভ

অসম অলিম্পিক সন্থাই এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্রথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্রতি সন্মান জনাই ভোগেশ্বৰ বৰুৱা…

৮ মাহত ১৬ কোটিৰ হেৰ’ইনসহ ১২২ সবৰাহকাৰীক গ্রেপ্তাৰ পাণবজাৰ আৰক্ষীৰ

গুৱাহাটী মহানগৰীত অব্যাহত আছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্রাগ্ছবিৰোধী অভিযান অব্যাহত…

গুৱাহাটীত অতিৰিক্ত কৰ আয়ুক্তৰ বাসগৃহত ৰেইড ভিজিলেঞ্চৰ, হতবাক অভিযানকাৰী দল

অতিৰিক্ত কৰ আয়ুক্ত চাকিল ছাদুল্লাৰ বাসগৃহত অভিযান চলাইছে তদাৰকী কোষে। আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত অভিযান…

কটনত প্রহসনত পৰিণত হোষ্টেল মেচ ডিউজ উইভাৰ আঁচনি

হোষ্টেল মেচ ডিউজ -ৰ নামত ছাত্র–ছাত্রীক চৰকাৰে প্রতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ…

হিট এণ্ড ৰান কাণ্ডৰ মূল অভিযুক্ত নন্দিনীক মাৰাথন জেৰা অব্যাহত

হিট এণ্ড ৰান কাণ্ড : অৱশেষত সাৰ পালে মহানগৰ আৰক্ষী। ছাত্ৰ ছামিউলৰ মৃত্যুত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপক…