ভূমিৰ ব্যৱস্থাপনা
দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিৰ ৭৭ হাজাৰ বিঘা বেদখলীকৃত ভূমি বেদখলমুক্ত কৰি অসম চৰকাৰে স্থানীয় ৰাইজক জড়িত কৰি এক দীর্ঘম্যাদী কৃষি আঁচনি গ্রহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্রতি সকলোৱে আদৰণি জনাইছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই উদ্দেশ্যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনে উক্ত স্থানৰ চৰজমিন নিৰীক্ষণ কৰি আংশিকভাৱে কাম–কাজো আৰম্ভ কৰিছে৷…
Read More...