নির্বাচনী ৰাজনীতিৰ এটা ৰূপ
নির্বাচনৰ সময়তেই ৰাজনৈতিক দলবোৰ সর্বাধিক সক্রিয় হৈ উঠে আৰু তাৰ কিছুমান যুক্তিযুক্ত কাৰণো থাকে৷ নির্বাচনত প্রাথ্ হিচাপে থিয় হৈ বিধায়ক বা সাংসদ হোৱাৰ ইচ্ছা ৰাজনীতি কৰা বহুতৰে থাকে, বহুতে সেই ধৰণে বিভিন্ন কায়দাৰে নিজকে প্রস্তুত কৰে আৰু বহুতক আনেও প্রলুব্ধ কৰে৷ এই আটাইবোৰ পৰিকল্পনা মনে মনে চলি থাকিলেও নির্বাচনৰ সময়ত এই কথাবোৰ প্রকট হৈ উঠে আৰু কথাবোৰে…
Read More...