মহাকাশত আৱর্জনা
আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জৰিয়তে জীৱশ্রেষ্ঠ মানৱে নিজৰ প্রয়োজনীয় উপাদানসমূহ যিমানেই সহজলভ্য কৰি তুলিবলৈ সক্ষম হৈছে, সিমানেই প্রত্যক্ষ আৰু পৰোক্ষভাৱে মানৱ জাতিয়ে নিজে সৃষ্টি কৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ বিজ্ঞানৰ উদ্ভাৱনেৰে মানুহে পৃথিৱীৰ লগতে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনত সফল হৈ আছে যদিও বিজ্ঞানৰ উদ্ভাৱনৰ বাবে কিছু সমস্যাৰো…
Read More...