ভয়ংকৰ বিপদৰ আগজাননী
খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ পূর্ণ সমর্থনত দিছপুৰত এখন কর্মদক্ষ চৰকাৰ চলি থকাৰ সময়তে ২১ মে’ত বাংলাদেশী মূলৰ উন্মত্ত লোকে জ্বলাই দিলে বটদ্রৱা থানা৷ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ প্রতিবাদৰ নামত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত বাংলাদেশী মূলৰ লোকসকলে সৃষ্টি কৰা বিভীষিকা নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী৷ দেশে স্বাধীনতা লাভ কৰাৰ…
Read More...