সম্পাদকীয় : শংকৰদেৱ সংঘৰ প্রাসংগিকতা
শতবর্ষ গৰকিবলৈ আগবঢ়া শ্রীমন্ত শংকৰদেৱ সংঘ নিশ্চিতভাৱে বর্তমান সময়ত উত্তৰ–পূর্বাঞ্চলৰ লগতে দেশৰ ভিতৰতে এক বৃহত্তৰ জাতীয় অনুষ্ঠান৷ ১৯৩০ চনত দুই মহানুভৱ ৰমাকান্ত মুক্তিয়াৰ আৰু হলধৰ ভূঞাৰ অহোপুৰুষার্থৰ ফলত এই মহৎ সংগঠনটোৰ জন্ম হৈছিল৷ এই দুগৰাকী ব্যক্তি আছিল অতিশয় গুণী-জ্ঞানী আৰু গভীৰ আধ্যাত্মিক জ্ঞানসম্পন্ন লোক৷ স্বাধীনতা সংগ্রামী হলধৰ ভূঞাও আছিল…
Read More...