চূড়ান্ত পৰীক্ষা বাতিলৰ সিদ্ধান্ত
উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ লগতে হাইমাদ্রাছা পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ অসমত ক’ৰোনা সংক্রমণৰ দ্বিতীয় ঢ়ৌৰ ভয়াৱহতাৰ বাবে শিক্ষানুষ্ঠানসমূহ যোৱা মার্চ মাহৰ পৰা বন্ধ থকাৰ পাছত চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্রত দীর্ঘদিন ধৰি জটিলতাৰ সৃষ্টি হৈ আহিছিল৷ ৰাজ্যত ক’ৰোনা সংক্রমণৰ ভয়াৱহতা ক্রমাৎ হ্রাস পাইছে যদিও…
Read More...