নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সম্পাদকীয়

সতর্ক নহ’লে বিপদ অনিবার্য

আকৌ ভয়াৱহ হৈছে ক’ভিড–১৯ৰ সংক্রমণৰ বিভীষিকা৷ প্রায় দুবছৰ ধৰি ক’ভিড–১৯ৰ বিভীষিকাই বিশ্বজুৰি বিপদাপন্ন কৰিছে জনজীৱন৷ এই সময়ছোৱাত সমগ্র বিশ্বত অতিমাৰী ক’ৰোনাত আক্রান্ত হৈছে ৩২ কোটি ৭০ লাখৰো অধিক লোক৷ ইয়াৰে ৫৫ লাখ ৫৪ হাজাৰ ৮৫৪গৰাকী লোকৰ প্রাণহানি হৈছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু নিহত লোকৰ তালিকাৰ ভিতৰত সমগ্র বিশ্বৰ শীর্ষত আছে আমেৰিকা৷ আমেৰিকাত ৬ কোটি ৬৬…
Read More...