‘লেডী শ্বাহৰুখ’ কংগনা
বিশেষ বাৰ্তা, ২৮ মাৰ্চ : কংগনা ৰানাৱত এতিয়া বলীউডৰ কেন্দ্ৰবিন্দু। চলচ্চিত্ৰ জগততেই নহয়, কংগনাই হিমাচলৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈ বলীউডত খলকনি তুলিছে। যদিও কংগনাৰ ৰাজনীতিত প্ৰৱেশক লৈ কোনো সন্দেহ নাছিল। ইয়াৰ মাজতে কংগনাৰ চলচ্চিত্ৰ কেৰিয়াৰক লৈ প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ সংবাদ মেলত কংগনাই তেওঁৰ ছবি ফ্লপ হোৱাক লৈ মুখ খুলিলে। শ্বাহৰুখৰ কথা কওঁতে…
Read More...