প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ ওপৰত সন্দেহজনক ড্ৰ’ন
বিশেষ বাৰ্তা, ৩ জুলাই : আজি পুৱা নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ন’ ফ্লাইং জ’নত থকা বাসগৃহৰ ওপৰত এখন ড্ৰ’ন উৰি থকা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ফোন লাভ কৰে। পুৱা প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰা অভিজাত বাহিনীৰ বিশেষ সুৰক্ষা গোটৰ বিষয়াসকলে ড্ৰ’ন দেখাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। সতৰ্ক হোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে ড্ৰ’নখনৰ সন্ধান…
Read More...