অমৰনাথ যাত্ৰীক প্ৰৱঞ্চনা অনলাইন ট্যুৰ এজেঞ্চীৰ
বিশেষ বাৰ্তা, ১ জুলাই : অমৰনাথ যাত্ৰাৰ আনুষ্ঠানিক আৰম্ভণি হৈছে। কালি প্ৰথমটো বেটচ অমৰনাথলৈ ৰাওনা হোৱাৰ বিপৰীতে দ্বিতীয়টো বেটচো আজি ৰাওনা হৈছে। ইফালে, অমৰনাথ যাত্ৰাত অনলাইন প্ৰৱঞ্চনাৰ দৰে ঘটনা সংঘটিত হোৱাৰ বাবেই প্ৰায় ৩০০ যাত্ৰী প্ৰৱঞ্চনাৰ বলি হৈ জম্মুত আবদ্ধ হৈ পৰিছে। উত্তৰ প্ৰদেশ, দিল্লী আৰু গাজিয়াবাদৰ পৰা জম্মুত উপস্থিত হৈছিল এই যাত্ৰীসকল।…
Read More...