ৰেষ্টলিঙৰ পিছত কাবাদী : প্রশিক্ষকৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ
বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ প্রশিক্ষকৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ কৰিছে ৰাষ্ট্রীয় পর্যায়ৰ এগৰাকী মহিলা কাবাদী খেলুৱৈয়ে৷ কেৱল ধর্ষণেই নহয়, তেওঁক ব্লেকমেইলিং কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে৷ যোৱা সপ্তাহত ২৭ বছৰীয়া খেলুৱৈগৰাকীয়ে দিল্লীত বাবা হৰিদাস নগৰ থানাত অভিযোগ দাখিল কৰিছিল৷ অভিযোগ অনুসৰি ২০১২ চনত তেওঁৰ সৈতে প্রশিক্ষক যোগেন্দৰৰ চিনাকি হৈছিল৷…
Read More...