‘দ্য প্রমিজ’: দক্ষিণ আফ্রিকাৰ ঔপন্যাসিক ডেমন গলগুটলৈ সন্মানীয় বুকাৰ বঁটা
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: ‘দ্য প্রমিজ’ শীর্ষক উপন্যাসৰ বাবে ২০২১ বর্ষৰ বুকাৰ বঁটা লাভ কৰিছে দক্ষিণ আফ্রিকাৰ ঔপন্যাসিক–নাট্যকাৰ ডেমন গলগুটে৷ দক্ষিণ আফ্রিকাত এটা শ্বেতাংগ পৰিয়ালৰ সংগ্রাম প্রতিফলিত হোৱাৰ লগতে জেকব জুমাৰ ৰাষ্ট্রপতিলৈকে দেশখনৰ ইতিহাসস্বৰূপ ‘দ্য প্রমিজ’ শীর্ষক উপন্যাসখনৰ বাবে ঔপন্যাসিক ডেমন গলগুটলৈ আগবঢ়োৱা ২০২১ বর্ষৰ বুকাৰ বঁটাটো…
Read More...