যক্ষ্মা সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ আচৰিত প্ৰতিবেদনঃ যক্ষ্মাত ১০ বছৰত ১.৫ নিযুত লোকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ গ্লোবেল যক্ষ্মা প্ৰতিবেদন-২০২১ ত কোৱা হৈছে যে- যোৱা দশকত সৰ্বাধিক সংখ্যক লোক যক্ষ্মাত মৃত্যু হৈছে । ইয়াৰে এক-তৃতীয়াংশ লোক ভাৰতত মৃত্যু হৈছে । ২০১৯ চনৰ তুলনাত ২০২০ চনত মৃত্যুৰ সংখ্যা ১৩ শতাংশ বৃদ্ধি হৈছে । এই মৃত্যু সংখ্যাৰ মূলতে হ'ল - ক'ৰোনা । প্ৰতিবেদন অনুসৰি ১০ নিযুত লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ১১ লাখ…
Read More...