২০ মাহ পিছত বিদেশী নাগৰিকক আমেৰিকা ভ্রমণৰ অনুমতি
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ সুদীর্ঘ ২০ মাহৰ পিছত আমেৰিকাই ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱা বিদেশী লোকসকলক দেশখনত প্রৱেশৰ অনুমতি দিছে৷ আনুষ্ঠানিকভাৱে সীমান্ত পথ মুকলি কৰি দিছে আমেৰিকাই৷
উল্লেখনীয় যে প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বিদেশী নাগৰিকৰ আমেৰিকাত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল ক’ভিড মহামাৰীৰ বাবে৷ ইয়াৰ ফলত প্রায় ৩০খন দেশৰ নাগৰিকসকল…
Read More...