আইছিছত যোগদান কৰা ব্রিটিছ যুৱতীৰ নাগৰিকত্ব কর্তন
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ২০১৫ চনত দুজনী বান্ধৱীৰ সৈতে ছিৰিয়ালৈ গৈ আইছিছত যোগদান কৰা ব্রিটিছ যুৱতী ছামিমা বেগমক পুনৰ ব্রিটেইনলৈ উভতি আহিব নিদিয়ে দেশখনৰ আদালতে৷ ব্রিটেইনৰ শীর্ষ আদালতে ছামিমাৰ নাগৰিকত্ব বাতিল কৰাৰ নির্দেশ দিছে৷
স্মর্তব্য যে ব্রিটেইনৰ পৰা তুৰস্ক হৈ ছিৰিয়াত প্রৱেশ কৰিছিল ছামিমাই৷ সেই সময়ত ছামিমাৰ বয়স আছিল ১৫ বছৰ৷ ব্রিটিছ চৰকাৰে…
Read More...