চীনত নতুনকৈ ধনকুবেৰ হ’ল ২৫৯জন
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীৰ মাজত বিগত বর্ষটোত চীনৰ বহু নিযুত কর্মী চৰম বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ বিপৰীতে দেশখনত ২৫৯গৰাকীয়ে নতুনকৈ সম্পদৰ সাম্রাজ্য গঢ়িবলৈ সক্ষম হৈছে৷ অর্থাৎ মাত্র এটা বর্ষত চীনত ধনকুবেৰৰ তালিকাত সংযোজিত হৈছে অন্য ২৫৯গৰাকী ধনাঢ়্য ব্যক্তি৷
সমগ্র বিশ্বৰ তুলনাতেই বর্ষটোত আটাইতকৈ বেছি ধনাঢ়্য ব্যক্তি সৃষ্টি হৈছে চীনত৷…
Read More...