ক’ভিড–১৯ত আক্রান্ত বিশ্বযুদ্ধৰ সৈনিক কেপ্টেইন টম মূৰ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ নিজৰ বাগিচাত খোজকাঢ়িয়েই স্বাস্থ্য সেৱাৰ বাবে কেইবানিযুত পাউণ্ডৰ বৰঙণি সংগ্রহ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ যোদ্ধা ১০০ বছৰীয়া কেপ্ঢেইন টম মূৰ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইতিমধ্যে টম মূৰক হাস্পতালত ভর্তি কৰোৱা হৈছে বুলি তেওঁৰ দুহিতাই সংবাদ মাধ্যমক জনাইছে৷
ছ’চিয়েল মিডিয়া টুইটাৰযোগে মূৰৰ দুহিতাই উল্লেখ কৰিছে যে তেওঁৰ পিতৃক…
Read More...