যেন কুম্ভকৰ্ণ! এগৰাকী সুন্দৰী যুৱতী কেৱল টোপনিতে থাকে ৬ মাহ; কাৰণটো জানিলে আচৰিত হ’ব আপুনি……
নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰঃ মহাকাব্য ৰামায়ণৰ কুম্ভকৰ্ণৰ কথা সকলোৱে শুনি আহিছো। যি কেৱল শুই থাকি ভাল পায়। কিন্তু জানিলে আচৰিত হ'ব বৰ্তমান সময়তো এনে এজন কুম্ভকৰ্ণৰ কথা জনাবলৈ বিচাৰিছো। কোনো ৰাৱণৰ বংশধৰ নহয় এগৰাকী সুন্দৰী যুৱতীহে। যি কেৱল ৬ মাহ টোপনিয়েই মাৰে। যুৱতী গৰাকী হৈছে ইংলেণ্ডৰ ষ্টকপোৰ্টৰ । নাম বেথ গড়িয়া । গড়িয়াই এবাৰ শুলে ৬ মাহলৈ সাৰ নাপায়।…
Read More...