ইৰাকত প্রতিবাদকাৰীৰ ওপৰত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত ২৫
নিয়মীয়া বাৰ্তা,৯ ডিচেম্বৰঃ প্রতিবাদ, সংঘর্ষত উত্তাল ইৰাকৰ ৰাজধানী বাগদাদত এজন বন্দুকধাৰীৰ গুলীত কমপক্ষেও ২৫জন লোক নিহত হোৱাৰ উপৰি অন্য ১৩০জন গুৰুতৰভাৱে আহত হৈছে ৷ শনিবাৰে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ ৰাজধানী বাগদাদৰ প্রাণকেন্দ্র হিচাপে চিহ্নিত আল–খালানি স্কোৱাৰৰ সন্মুখত প্রতিবাদী জনতাৰ ওপৰত আক্রমণ চলাই এই বন্দুকধাৰীটোৱে ৷
উল্লেখনীয় যে শুকুৰবাৰে…
Read More...