অধিনায়কত্বত গিলৰ গৌৰৱোজ্জ্বল ইনিংছ… ব্যতিক্ৰমী মাইলষ্ট’ন স্পৰ্শ
ব্যতিক্ৰমী মাইলষ্ট'ন : মানচেষ্টাৰত চলিত শৃংখলাৰ চতুর্থ শতৰান অর্জন কৰিলে শুভমনে৷ যশস্বী জয়ছোৱাল আৰু সুনীল গাভাস্কাৰৰ পিছত ভাৰতৰ তৃতীয় বেটাৰ হিচাপে তেওঁ এই কৃতিত্ব গঢ়িলে৷ গাভাস্কাৰে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ১৯৭৮–১৯৭৯ চনত একেটা দলৰ বিৰুদ্ধে ৭০০ৰো অধিক ৰান সংগ্রহ কৰিছিল৷
আনহাতে যোৱা বছৰ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত জয়ছোৱালে ৭০০ৰো অধিক ৰান…
Read More...