কম্বোডিয়াৰ সেনাৰ ঘাটিত আক্রমণ থাইলেণ্ডৰ
🔹 ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্র প্রিয়া বিহাৰ শিৱ মন্দিৰক লৈ সংঘাত তীব্রতৰ
নিউজ ডেস্ক, ২৫ জুলাই : থাইলেণ্ডে এফ–১৬ যুদ্ধ বিমানেৰে কালি পুৱা চুবুৰীয়া কম্বোডিয়াৰ সামৰিক ঘাটিত ভয়াৱহ আক্রমণ চলায় ৷ সীমান্তত চলি থকা বিবাদৰ পৰিপ্রেক্ষিততেই থাইলেণ্ড আৰু কম্বোডিয়াৰ সেনাৰ মাজত গুলীয়াগুলী চলাৰ পাছত কালি থাইলেণ্ডে যুদ্ধ বিমানেৰে কম্বোডিয়াৰ সেনাৰ ঘাটিত আক্রমণ…
Read More...