কুলধাৰা আৰু কিছু ৰহস্য…
ৰাজস্থানৰ জেছলমেৰৰ পৰা প্রায় ১৫ কিঃ মিঃ পশ্চিমত অৱস্থিত কুলধাৰা নামৰ এখন গাঁৱৰ ধ্বংসাৱশেষে বহু বছৰৰ পৰাই বিশ্বৰ বিভিন্ন প্রান্তৰ পর্যটকক আকর্ষণ কৰি আহিছে৷ প্রচলিত লোককথা অনুসৰি এইখন গাঁৱত ৫০০ বছৰ পূর্বে প্রায় ১৫০০ লোকে বসবাস কৰিছিল৷ কিন্তু বিস্ময়কৰভাৱে এৰাতি গাঁওখনৰ সকলো গাঁওবাসী অন্তর্ধান হৈ পৰে৷
প্রচলিত কিংবদন্তি অনুসৰি ৫০০ বছৰ পূর্বে ৰাজস্থানৰ…
Read More...